*কৃতকাৰ্য্যতা লাভ কৰিব পৰা কেইটামান কৌশল*

১,  যোগাত্মক আত্মসন্মান গঢ়ি তুলিব লাগিব ।


২,  যোগাত্মক স্বভাৱ আৰু চৰিত্ৰ গঠন কৰিব লাগিব ।



৩,   যোগাত্মক দৃষ্টিভংগী গঠন কৰিব লাগিব  ।


৪,  প্ৰফুল্লিত ব্যক্তিত্ব গঠন কৰিব লাগিব।


৫, নিজৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হ'বলৈ পৰিকল্পিত ভাৱে সঠিক কৌশল প্ৰয়োগ কৰিব লাগিব।

Comments